ইণ্ডোনেছিয়া অপেন 2022ৰ ছেমি ফাইনেলত প্ৰৱেশ প্ৰণয়ৰ 

pc The Bridge

ইণ্ডোনেছিয়া অপেন 2022ৰ ছেমি ফাইনেলত প্ৰৱেশ প্ৰণয়ৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  এইচ এছ প্ৰণয়ে ডেনমাৰ্কৰ ৰাচমুছ জেমকেক ২১-১৪, ২১-১২ ত পৰাস্ত কৰি ইণ্ডোনেছিয়া অপেন ২০২২ৰ ছেমি ফাইনেলত উপনীত হয়।প্ৰণয়ে কোৱাৰ্টাৰ ফাইনেল মেচখন ৪০ মিনিটত জিকিছিল। বিশ্বৰ ১৩ নম্বৰৰ বিৰুদ্ধে পাঁচখন খেলত এইটো প্ৰণয়ৰ তৃতীয় জয়। প্ৰতিযোগিতা খনত বাকী থকা একমাত্ৰ ভাৰতীয় প্ৰণয়ে আজি বিশ্বৰ ৩৫ নম্বৰ চীনৰ ঝাও জুন পেঙৰ মুখামুখি হ’ব।