অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাৰ নিজৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ 

pc india.com

অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাৰ নিজৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ 

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ অলিম্পিকস্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই ফিনলেণ্ডৰ পাভো নুৰ্মি গেমছত নিজৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। ২৪ বছৰীয়া নীৰজ চোপ্ৰাই ৮৯.৩০ মিটাৰ শ্ৰেষ্ঠ থ্ৰোৰে প্ৰতিযোগিতাখনত ৰূপৰ পদক অৰ্জন কৰে। তেওঁ ২০২১ চনৰ মাৰ্চ মাহত ৮৮.০৭ মিটাৰ থ্ৰোৰে পূৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল।