ভাৰতত ৮,৩২৯ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

pc Waters Corporation

ভাৰতত ৮,৩২৯ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

ৰঙিলী বাৰ্ত্তাসেৱা-   স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৮,৩২৯ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ১০ জন লোকৰ মৃত্যু হৈছে । আনহাতে কৰ’নাত আক্ৰান্ত হৈ ভাৰতত  মৃত্যু হোৱা  মুঠ লোকৰ সংখ্যা ৫,২৪,৭৫৭ জনলৈ বৃদ্ধি হৈছে।ভাৰতত বৰ্তমান  ৪০,৩৭০ টা সক্ৰিয় ঘটনা আছে।যোৱা ২৪ ঘণ্টাত ৪,২১৬ জনলোক কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে।