ৰাজীৱ কুমাৰক সুশীল চন্দ্ৰৰ ঠাইত পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত 

pc the New Indian express

ৰাজীৱ কুমাৰক সুশীল চন্দ্ৰৰ ঠাইত পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাজীৱ কুমাৰক ভাৰতৰ পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিছে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৱে টুইটাৰত এই কথা ঘোষণা কৰে। ৰাজীৱ কুমাৰে সুশীল চন্দ্ৰৰ স্থান ল’ব আৰু ১৫ মে’ৰ পৰা কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰিব।