আজিৰ ৰাশিফল

Pc The Howler

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি পুহ মাহৰ ৭ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ২৩ ডিচেম্বৰ |
শুক্ল পক্ষ, চতুৰ্থী তিথি, সন্ধিয়া ৬/২৭/৫৮ মি. পৰা পঞ্চমী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১১/৫৩ মি.
সূৰ্য্যোস্থয় = ৪/৩৩/৫২ মি.

জন্মতঃ= কৰ্কট ৰাশি (ড, হ), বিপ্ৰ বৰ্ন, বায়ু যোগ, দেৱাৰী গন, বৰাহৰ অস্থি ||

আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ – বুধ – চন্দ্ৰ ||

ভক্ষ্যাভক্ষ্যঃ= মূলা খোৱা নিষেধ , ৰাতি বেল খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = শত্রুৰ পৰা ভয় আছে |
বৃষ = ঘৰুৱা অশান্তি বৃদ্ধি হব |
মিথুন = বন্ধুৰ পৰা সহায় লাভ কৰিব |
কৰ্কট = ব্যস্ততা বৃদ্ধি হোৱা দেখা যায় |
সিংহ = মনৰ উৎসাহ হ্ৰাস হব |
কন্যা = ভ্ৰমণত সুখ লাভ কৰিব |
তুলা = দেহ পীড়াই মনত কষ্ট দিব |
বৃশ্চিক = অৰ্থৰ আগমন বৃদ্ধি হব |
ধনু = সঞ্চয় বৃদ্ধি কৰিব পাৰিব |
মকৰ = কাৰ্য্যদক্ষতা দেখা যায় |
কুম্ভ = যাত্রাত বিঘিনি আছে |
মীন = সমস্যা সমাধান কৰিব পাৰিব |