শীঘ্ৰেই আৰু ২টা থলুৱা কোভিড-১৯ ভেকছিন উপলব্ধ হ’ব: স্বাস্থ্য মন্ত্ৰী মান্দাৱিয়া

Pc Business today

শীঘ্ৰেই আৰু ২টা থলুৱা কোভিড-১৯ ভেকছিন উপলব্ধ হ’ব: স্বাস্থ্য মন্ত্ৰী মান্দাৱিয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  লোকসভাত ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (সংশোধনী) বিধেয়ক, ২০২১ সন্দৰ্ভত বিতৰ্কৰ সময়ত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই কয় যে শীঘ্ৰেই আৰু দুটা থলুৱা কোভিড-১৯ ভেকছিন উপলব্ধ হ’ব। দুয়োটা ভেকছিনৰ বাবে তৃতীয় পৰ্যায়ৰ পৰীক্ষণ তথ্য দাখিল কৰা হৈছে, তেওঁ লগতে কয়। “দেশত কৰা গৱেষণা আৰু উৎপাদন,” মান্দাৱিয়াই আৰু কয়।