“পূৱাৰ বেলিটি”- হিমাদ্ৰী বৰকটকী

Pc Forbes

“পূৱাৰ বেলিটি”

উঠিয়েই দেখিলোঁ
পূৱাৰ বেলিটি
ভুমুকি মাৰিছে
‌কুঁৱলী ফালি
যেন মোৰ ফালে
চাই হাঁহি মাৰি
ইমান ধুনীয়া
সেই হাঁহিতি
মোৰ মন প্ৰাণ
নিলে হৰি
আপোন পাহৰা হৈ
মই চাই ৰলোঁ
সপোন সাগৰত মই
ডুব গলোঁ…….

হিমাদ্ৰী বৰকটকী ,
শিবনগৰ , নগাওঁ