হৰিশিঙা (২১) সংখ্যক বালিৰাম বড়ো গোল্ড কাব ফুটবল চেম্পিয়শ্বিপৰ চেমি ফাইনেলত বিজয়ী কবিৰালি এফচি দল

হৰিশিঙা (২১) সংখ্যক বালিৰাম বড়ো গোল্ড কাব ফুটবল চেম্পিয়শ্বিপৰ চেমি ফাইনেলত বিজয়ী কবিৰালি এফচি দল

ৰঙিলী বাৰ্ত্তাসেৱা-  ওদালগুৰি জিলা হৰিশিঙা আঞ্চলিক এবছুৰ উদ্যোগত আৰু হৰিশিঙা ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত কৰা ২১সংখ্যক সৰ্বভাৰতীয় জুওহালো বালিৰাম বড়ো গোল্ড কাব ফুটবল চেম্পিয়নশ্বিপ ফুটবল প্ৰতিযোগিতাৰ আজি চেমি ফাইনেল খেল কাবিংআলং হাউৰাঘাট বনাম আৰু কবিৰালি এফ চিৰ মাজত অনুষ্ঠিত হয়। যোৱা ২৮ অক্টোবৰৰ পৰা পৰা ৪ নবেম্বৰলৈ হৰিশিঙা ৰবি কছাৰী মিনি ষ্টেডিয়ামত ৮ দিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাৰ আজি তীব্ৰ উত্তেজনা পূৰ্ণ চেমি ফাইনেল খেলখনৰ প্ৰথম আৰু দ্বিতীয়ৰ্ধত কবিৰালি এফ চি দলে (১) গ’ল দি কাৰ্বিআংলং হাউৰাঘাট বনাম ফুটবল দলক পৰাস্ত কৰি অহাঁ‌ ৪ নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ’ব লগা চূড়ান্ত খেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।