ভেকছিন অনুমোদনৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰক্ৰিয়া অনুকূলিত কৰিব জি-২০ সন্মিলনৰ নেতাসকলে: পীয়ুষ

Pc- NDTV.COm

ভেকছিন অনুমোদনৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰক্ৰিয়া অনুকূলিত কৰিব জি-২০ সন্মিলনৰ নেতাসকলে: পীয়ুষ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে  জি-২০ সন্মিলনৰ নেতাসকলে কোভিড-১৯ ভেকছিন অনুমোদন আৰু জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদনৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰক্ৰিয়া অনুকূলিত কৰাত সহায় কৰিবলৈ সন্মত হৈছে। তেওঁ লগতে কয় যে ‘ৰোম ঘোষণাপত্ৰ’ও গ্ৰহণ কৰা হৈছে, যি স্বাস্থ্য শাখাৰ অধীনত এক “অতি শক্তিশালী বাৰ্তা” প্ৰেৰণ কৰে। তেওঁ লগতে কয়, “আমি সন্মত হৈছো যে কোভিড-১৯ টিকাকৰণ হৈছে এক বিশ্বব্যাপী ৰাজহুৱা কল্যাণ।”