ভাৰতৰ ৭৫ কোটি কৰʼনা প্ৰতিষেধক প্ৰদানৰ অভিলেখ

pc-The Times of India

ভাৰতৰ ৭৫ কোটি কৰʼনা প্ৰতিষেধক প্ৰদানৰ অভিলেখ

অনলাইন বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই কয় যে চলিত বৰ্ষৰ জানুৱাৰীত দেশজুৰি কৰʼনা প্ৰতিযেধক টিকা প্ৰদান অভিযান আৰম্ভ হোৱাৰ পিছত ভাৰতে ৭৫ কোটিতকৈও অধিক কৰʼনা ভেকছিনৰ পালি প্ৰদান কৰিছে। ভেকচিন প্ৰদানৰ হাৰ এইদৰে চলি থাকে তেনেহʼলে  ডিচেম্বৰৰ ভিতৰত দেশৰ জনসংখ্যাৰ ৪৩ শতাংশ লৈকে সামৰি লʼব।

 

(RT)