ভাৰতীয় বায়ু সেনাৰ ইতিহাস সৃষ্টি

pc- Hindustan Times

ভাৰতীয় বায়ু সেনাৰ ইতিহাস সৃষ্টি

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতীয় বায়ু সেনাই চুখোই এছইউ-৩০এমকেআই আৰু জাগুয়াৰ যুঁজাৰু বিমান প্ৰথমবাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰি ইতিহাস সৃষ্টি কৰিছে।কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু নীতিন গাডকাৰীয়ে ৰাজস্থানৰ ৰাষ্ট্ৰীয় ঘাইপথ-৯২৫এত তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ জৰুৰী অৱতৰণ সুবিধা উদ্বোধন কৰে। মন্ত্ৰীসকলে অনুষ্ঠানটোত এয়াৰ চীফ মাৰ্শ্বেল আৰ কে এছ ভাদাউৰিয়াৰ সৈতে এখন চি-১৩০জে চুপাৰ হাৰকুলিছ বিমানত উপস্থিত হৈছিল।

 

(RT)