আজিৰ ৰাশিফল

pc Jagran

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ২৪ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ১০ চেপ্তেম্বৰ |
শুক্ল পক্ষ, চতুৰ্থী তিথি ||
**
সূৰ্য্যোদয় = ৫/১০/৫২ মি.
সূৰ্য্যোস্থয় = ৫/২৯/৪০ মি.

জন্মত= তুলা ৰাশি (ৰ, ত), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, বৰুণ যোগ, দেৱাৰি গন, বাঘৰ অস্থি ||

আদ্যঋতু হলে= বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজ হাহঁ দান, অধিপতি গ্ৰহ ৰবি | _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . মূলা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = অযথা ব্যয় বৃদ্ধি হব | বৃষ = বন্ধুৰ লগত বিশ্চেদ ঘটিব পাৰে |
মিথুন = সমাজিক যশস্যা বৃদ্ধি হব |
কৰ্কট = কাৰোবাৰ পৰা প্ৰতাৰিত হোৱাৰ যোগ আছে |
সিংহ = পুৰনি ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কন্যা = হঠাৎ অধিক মাত্ৰাত ব্যয় হব পাৰে |
তুলা = কৰ্মত বিজয় লাভ কৰিব পাৰিব |
বৃশ্চিক = সমস্যা সমাধান কৰিবলৈ সক্ষম হব |
ধনু = ধনৰ আগমন বৃদ্ধি হব |
মকৰ = কৃতকাৰ্যতা লাভ কৰিব |
কুম্ভ = কৰ্মত জটিলতা বৃদ্ধি হোৱা দেখা যায় |
মীন = মানসিক অশান্তি বৃদ্ধি হব |