ৰাহুল দ্ৰাবিড়ে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকপদৰ বাবে আবেদন কৰিছে

Pc- The Hindu

ৰাহুল দ্ৰাবিড়ে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকপদৰ বাবে আবেদন কৰিছে

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতিবেদন অনুসৰি,  টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাবিড়ে সময়সীমাৰ অন্তিম দিনটোত ভাৰতীয় পুৰুষ দলৰ মুখ্য প্ৰশিক্ষকৰ বাবে আনুষ্ঠানিকভাৱে বাবে আবেদন জনাইছে। “এনচিএত তেওঁৰ দল, বলিং প্ৰশিক্ষক পাৰস মাম্ব্ৰে আৰু ফিল্ডিং প্ৰশিক্ষক অভয় শৰ্মাই ইতিমধ্যে আবেদন কৰিছে। দ্ৰাবিড়ৰ আবেদন কেৱল এটা আনুষ্ঠানিকতা আছিল,” বিচিচিআইৰ এজন জ্যেষ্ঠ বিষয়াক পিটিআইয়ে এইদৰে কৈছিল।