২-০ ৰ অগ্ৰগতি লাভৰ জৰিয়তে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা জয় ভাৰতৰ

pc The Hindu

অনলাইন বাৰ্ত্তাসেৱা – কলম্বোৰ আৰ. প্ৰেমদাচা ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা শৃংখলাখনৰ দ্বিতীয়খন এদিনীয়াত ভাৰতে শ্ৰীলংকাক তিনি উইকেটত পৰাস্ত কৰি তিনিখন খেলৰ শৃংখলাত ২-০ ৰ অগ্ৰগতি লাভ কৰে। ভাৰতে এইখন মেচৰ সৈতে শ্ৰীলংকাৰ বিৰুদ্ধে পোনপটীয়াকৈ নখন এদিনীয়া শৃংখলাত বিজয় সাব্যস্ত কৰিছে। দীপক চাহাৰে ৮২ টা বলত আউট নোহেৱাকৈ শেষলৈ থাকি ৬৯ ৰাণ সংগ্ৰহ কৰি ভাৰতক ২৭৬ ৰাণৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে।

(UD.)