২ লাখ খালী শিক্ষকৰ আসন পূৰণ কৰিব লাগিব: উত্তৰ প্ৰদেশৰ নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছ

pc.timesof india

২ লাখ খালী শিক্ষকৰ আসন পূৰণ কৰিব লাগিব: উত্তৰ প্ৰদেশৰ নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছ

ৰঙিলী বাৰ্ত্তাসেৱা-  কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ ‘উন্নাতি বিধান জন ঘোষনা পাত্ৰ-২০২২’ মুকলি কৰে আৰু কয় যে ৰাজ্যখনত প্ৰায় দুই লাখ খালী শিক্ষকআসন পূৰণ কৰা হ’ব। “বিদ্যালয়ৰ মাচুল নিয়ন্ত্ৰণ কৰা হ’ব। কেজিৰ পৰা পিজিলৈকে জনজাতীয় আৰু পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰা হ’ব,” প্ৰিয়ংকাই লগতে কয়।