২৩ টা কেন্দ্ৰৰ সৈতে ৰাষ্ট্ৰীয় টেলি মানসিক স্বাস্থ্য কাৰ্যসূচী আৰম্ভ কৰা হ’ব: বিত্ত মন্ত্ৰী সীতাৰমণ

p.c.-twitter

২৩ টা কেন্দ্ৰৰ সৈতে ৰাষ্ট্ৰীয় টেলি মানসিক স্বাস্থ্য কাৰ্যসূচী আৰম্ভ কৰা হ’ব: বিত্ত মন্ত্ৰী সীতাৰমণ

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০২২-২৩ চনৰ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰাৰ সময়ত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে মানসিক স্বাস্থ্য পৰামৰ্শৰ বাবে এখন ৰাষ্ট্ৰীয় টেলি মানসিক স্বাস্থ্য কাৰ্যসূচী আৰম্ভ কৰা হ’ব। তেওঁ লগতে কয় যে এই কাৰ্যসূচীত উৎকৃষ্টতাৰ ২৩ টা টেলি-মানসিক স্বাস্থ্য কেন্দ্ৰৰ নেটৱৰ্ক অন্তৰ্ভুক্ত থাকিব। ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ুবিজ্ঞান প্ৰতিষ্ঠান (নিমহান্স) কাৰ্যসূচীটোৰ নোডেল কেন্দ্ৰ হ’ব।