২০২১ চনত অন্ধ্ৰ প্ৰদেশত মহিলাৰ বিৰুদ্ধে অপৰাধ ২৫% বৃদ্ধি পাইছে

Pc-Deccan Chronicle

২০২১ চনত অন্ধ্ৰ প্ৰদেশত মহিলাৰ বিৰুদ্ধে অপৰাধ ২৫% বৃদ্ধি পাইছে

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা বছৰৰ তুলনাত ২০২১ চনত অন্ধ্ৰ প্ৰদেশত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনা ২৫% তকৈও অধিক বৃদ্ধি পাইছে, ৰাজ্যিক আৰক্ষীয়ে জনায়। ৰাজ্যখনৰ সামগ্ৰিক অপৰাধৰ ১৪% মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনা ২০২১চনত ১৭,৭৩৬ আছিল আৰু ২০২০ চনত সেইবোৰ আছিল ১৪,৬০৩। ৰাজ্যখনত সামগ্ৰিক অপৰাধৰ হাৰ ৩% বৃদ্ধি হৈছে।