১.৪৪ লাখ অবৈধ বিদেশী চিনাক্ত

pc NDTV.com

১.৪৪ লাখ অবৈধ বিদেশী চিনাক্ত

ৰঙিলী বাৰ্ত্তাসেৱা- অসম চুক্তিৰ ভিত্তিত ৩১ জানুৱাৰীলৈকে ১.৪৪ লাখতকৈও অধিক অবৈধ বিদেশী চিনাক্ত কৰা হৈছে, যাৰ ভিতৰত ৩০,০১৪ জনক তেওঁলোকৰ মূল দেশলৈ প্ৰেৰণ কৰা হৈছে, ৰাজ্য চৰকাৰে কয়। মন্ত্ৰী অতুল বৰাই লগতে কয় যে ৰাজ্যখনৰ ভাৰত-বাংলাদেশ সীমান্তত ৯৮.৩৫% বেৰৰ কাম সম্পূৰ্ণ হৈছে।