সোণালী ফোগটৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চি বি আইক অৰ্পণ

Pc India Tv News

ৰঙিলী বাৰ্ত্তাসেৱা-   সোণালী ফোগটৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চি বি আইক অৰ্পণ ৷গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে জনালে এই কথা । গোৱা আৰু হাৰিয়ানা আৰক্ষীৰ তদন্ত সন্দৰ্ভত প্ৰশ্ন তুলিছিল সোণালীৰ পৰিয়ালে,তাৰ পাচতেই পৰিয়ালে এই তদন্তৰ দায়িত্ব চিবিআইক দিবলৈ দাবী তোলে । অৱশেষত গোৱা চৰকাৰে পৰিয়ালৰ দাবী পূৰণ কৰি চিবিআইক সোণালীৰ মৃত্যুৰ তদন্তৰ দায়িত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।