সিন্ধু, প্ৰণয়ৰ মালয়েছিয়া অপেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ 

pc Onmanorama

সিন্ধু, প্ৰণয়ৰ মালয়েছিয়া অপেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ 

ৰঙিলী বাৰ্ত্তাসেৱা-  শ্বাটলাৰ্ছ পি ভি সিন্ধু আৰু এইচ এছ প্ৰণয়ে মালয়েছিয়া অপেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সিন্ধুৱে মহিলা শাখাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত থাইলেণ্ডৰ ফিট্টায়াপৰ্ণ চাইৱানক ১৯-২১, ২১-৯, ২১-১৪ ব্যৱধানত পৰাস্ত কৰে, আনহাতে প্ৰণয়ে পুৰষৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত বিশ্বৰ চাৰি নম্বৰ চৌ টিয়েন চেনক ২১-১৫,২১-৭ ত পৰাস্ত কৰে।