সমতাৰ প্ৰতিমূৰ্তিয়ে সন্ত ৰামানুজাচাৰ্যৰ আদৰ্শ বিয়পাই দিব: প্ৰতিৰক্ষা মন্ত্ৰী 

pc India Today

সমতাৰ প্ৰতিমূৰ্তিয়ে সন্ত ৰামানুজাচাৰ্যৰ আদৰ্শ বিয়পাই দিব: প্ৰতিৰক্ষা মন্ত্ৰী 

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে হায়দৰাবাদৰ ‘সমতাৰ প্ৰতিমূৰ্তি’ পৰিদৰ্শন কৰাৰ পিছত কয় যে তেওঁ বিশ্বাস কৰে যে প্ৰতিমূৰ্তিটোৱে ভৱিষ্যতে সন্ত শ্ৰী ৰামানুজাচাৰ্যৰ শিক্ষা, আদৰ্শ আৰু মূল্যবোধপ্ৰচাৰ কৰিব। তেওঁ লগতে কয়, “মই স্বামী ৰামানুজাচাৰ্যৰ এই বিশাল মূৰ্তিটোক তেওঁৰ পুনৰ্জন্ম হিচাপে দেখিছো।” সিঙে কয়, “সাধুজনে ধৰ্ম আৰু হিন্দু সাধু পৰম্পৰাক জাতিৰ কবলৰ পৰা মুক্ত কৰিছিল।”