সনাতনী হিন্দু আৰ্মীয়ে সনাতনী হিন্দু ধৰ্মাৱলম্বী লোক সকলক The Kashmir File চিনেমা খন চাবলৈ আহ্বান জনায়

সনাতনী হিন্দু আৰ্মীয়ে সনাতনী হিন্দু ধৰ্মাৱলম্বী লোক সকলক The Kashmir File চিনেমা খন চাবলৈ আহ্বান জনায়

ৰঙিলী বাৰ্ত্তাসেৱা- সনাতনী হিন্দু আৰ্মীৰ তৰফৰ পৰা সমুহ সনাতনী হিন্দু ধৰ্মাৱলম্বী লোক সকলক The Kashmir File চিনেমা খন চাবলৈ আহ্বান জনায় বিশ্ব সনাতনী সংঘৰ আয়াম সনাতনী হিন্দু আৰ্মীৰ সেনা প্ৰমুখ শ্ৰী মনোজ কুমাৰ ডেকাই । সকলো সনাতনী হিন্দুক একত্ৰিত হ’বলৈ আহ্বান জনায়। তাত উপস্থিত থাকে বিশ্ব সনাতনী সংঘৰ কেন্দ্ৰীয় সম্পাদক শ্ৰী দেৱজিৎ মিশ্ৰ ছাৰে বিত্তীয় সম্পাদক শ্ৰী বিপুল তালুকদাৰ। গুৱাহাটী নাৰেঙ্গী অৱস্থিত L G Tawer ত সাংবাদিক বন্ধু সকলক উদ্দেশ্যে অৱগত কৰে যে কেনেকৈ ইছলাম মহজব ধাৰী সকলে সনাতনী হিন্দু ধৰ্মাৱলম্বী লোক সকলক হত্যা কৰিছিল । লগতে গাদ্দাৰ উদ্দিন আজমলে The Kashmir File খনৰ ওপৰত কৰা মন্তব্যৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে সেনা প্ৰমুখ গৰাকীয়ে ।