শিখৰ ধৱনৰ পত্নীয়ে নিশ্চিত কৰে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কথা

pc Yahoo Sports UK

শিখৰ ধৱনৰ পত্নীয়ে নিশ্চিত কৰে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কথা

অনলাইন বাৰ্ত্তাসেৱা – ক্ৰিকেটাৰ শিখৰ ধৱনৰ পত্নী আশা মুখাৰ্জীয়ে নিশ্চিত কৰিছে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কথা। শিখৰ আৰু আয়েছা ২০১২ চনত বিবাহপাশত আৱদ্ধ হৈছিল আৰু এয়া আছিল আয়েছাৰ দ্বিতীয় বিবাহ। এটা ইনষ্টাগ্ৰাম পোষ্টত আয়েছাই লিখিছিল, ” When my second marriage broke down it was really scary. All the feelings I felt when I went through it the first time came flooding in.”

(UD.)