মেৰী কমৰ পৰাজয় দুৰ্ভাগ্যজনক কিন্তু আমি এই সিদ্ধান্ত প্ৰত্যাহ্বান জনোৱাৰ কোনো উপায় নাইঃ মন্ত্ৰী ৰিজিজু

pc Times Now

অনলাইন বাৰ্ত্তাসেৱা – ছয়বাৰকৈ বক্সিং চেম্পিয়ন মেৰী কমে টকিঅ’ অলিম্পিকত তেওঁৰ ৰাউণ্ড অফ ১৬ বাউটত দুৰ্বল আম্পায়াৰিংক সমালোচনা কৰাৰ পিছত, প্ৰাক্তন ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে তেওঁৰ পৰাজয় দুৰ্ভাগ্যজনক। তেওঁ লগতে ইয়াকো কয়, “যি সিদ্ধান্ত লোৱা হৈছে তাক আমি প্ৰত্যাহ্বান জনোৱাৰ কোনো উপায় নাই।” তেওঁ কয়, “মই আই.অ’.এ.ৰ সভাপতিৰ সৈতে কথা পাতিছো, আমাৰ আপীল কৰাৰ অধিকাৰ নাই, সেয়েহে মই নাভাবো যে একো হ’ব পাৰে।”

(UD.)