ডিচকাছ থ্ৰ’ৱাৰ কমলপ্ৰীত অলিম্পিকত 64 মিটাৰ স্পৰ্শ কৰা প্ৰথম ভাৰতীয় মহিলা, ফাইনেলত উপনীত হৈছে

pc Scroll.in

ডিচকাছ থ্ৰ’ৱাৰ কমলপ্ৰীত কৌৰে অলিম্পিকত ৬৪ মিটাৰ স্পৰ্শ কৰি উপনীত হ’বলৈ সক্ষম হৈছে ফাইনেলত

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতৰ কমলপ্ৰীত কৌৰে অৰ্হতা ৰাউণ্ডত দ্বিতীয় স্থান লাভ কৰাৰ পিছত টকিঅ’ অলিম্পিকত মহিলাৰ ডিচকাছ থ্ৰো ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। কমলপ্ৰীতে অৰ্হতা ৰাউণ্ডত তাইৰ ৬৪ মিটাৰ শ্ৰেষ্ঠ থ্ৰো কৰিছিল। তেওঁ অলিম্পিকত ৬৪ মিটাৰ মাৰ্ক স্পৰ্শ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ। আনহাতে, ভাৰতীয় খেলুৱৈ ডিচকাছ থ্ৰ’ৱাৰ সীমা পুনিয়াই ফাইনেললৈ অগ্ৰসৰ হ’বলৈ ব্যৰ্থ হয়।

(UD.)