মুম্বাইৰ ৮০ শতাংশ প্ৰাপ্তবয়স্ক লোকক কৰʼনাৰ প্ৰথমপালি প্ৰতিষেধক প্ৰদান

pc NDTV

মুম্বাইৰ ৮০ শতাংশ প্ৰাপ্তবয়স্ক লোকক কৰʼনাৰ প্ৰথমপালি প্ৰতিষেধক প্ৰদান

অনলাইন বাৰ্ত্তাসেৱা- মুম্বাইৰ পৌৰ প্ৰশাসনে সদৰী কৰা মতে মুম্বাইত ৮০ শতাংশ প্ৰাপ্তবয়স্ক  লোকক কৰʼনাৰ প্ৰথমপালি প্ৰতিযেধক প্ৰদান কৰিছে। আৰু ৩০ শতাংশ নাগৰিকক কৰʼনাৰ দুয়োটা পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। দেশৰ বাণিজ্যিক মহানগৰীখনৰ ১.৩ লাখ পালি কৰʼনাৰ প্ৰতিষেধক প্ৰদান কৰা হয়। কৰʼনাৰ তৃতীয় ঢৌৰ সম্ভাৱনা প্ৰকট হোৱাত মহাৰাষ্ট্ৰৰ নাগৰিকসকলক মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্বৰ বিধি মানি চলিবলৈ পৰামৰ্শ দিছে।

(RT.)