আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ২০ তাৰিখ সোমবাৰ , ইংৰাজী ৬ চেপ্তেম্বৰ |
কৃষ্ণ পক্ষ চতুৰ্দশী তিথি| পুৱা ৭/৩৮/৩৭ মি. পৰা অমাৱস্যা তিথি ||
**
সূৰ্য্যোদয় = ৫/৯/৩০ মি.
সূৰ্য্যোস্থয় = ৫/৩৩/৩৮ মি.

জন্মত= সিংহ ৰাশি (ম, ট), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ, দেৱাৰি গন, বান্দৰৰ অস্থি ||

আদ্যঋতু হলে= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি_দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ | _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . আমিষ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = মানসিক দুঃচিন্তা বৃদ্ধি হব | বৃষ = মনত ভয় বৃদ্ধি হব |
মিথুন = সামাজিক প্ৰতিষ্ঠা লাভ কৰিব |
কৰ্কট = সমস্যা বৃদ্ধি হোৱা দেখা যায় |
সিংহ = খং আৰু অভিমানৰ সূত্ৰপাত হব |
কন্যা = শুভ সংবাদ লাভ কৰিব |
তুলা = বন্ধুৰ পৰা সহায় লাভ কৰিব |
বৃশ্চিক = পুৰণি আত্মীয়ৰ লগত যোগাযোগ হব |
ধনু = আত্মীয় লোকৰ সৈতে বিৰোধ হব |
মকৰ = নিৰাশা বৃদ্ধি হোৱা দেখা যায় |
কুম্ভ = মানসিক দুঃচিন্তাই মনত অশান্তি দিব |
মীন = অযথা খৰচ বৃদ্ধি হব পাৰে |