মই গুজৰাটী ভাষাতকৈ হিন্দী ভাষাক বেছি ভাল পাওঁ: কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ

Pc- DNA India

মই গুজৰাটী ভাষাতকৈ হিন্দী ভাষাক বেছি ভাল পাওঁ: কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ প্ৰদেশৰ বাৰাণসীত ‘অখিল ভাৰতীয় ৰাজভাষা সন্মিলন’ক সম্বোধন কৰি কয় যে তেওঁ গুজৰাটীক ভাল পায়, কিন্তু “গুজৰাটী ভাষাতকৈ হিন্দী ভাষাক বেছি ভাল পায়”। তেওঁ যোগ দিছিল যে হিন্দী ভাষা আৰু স্থানীয় ভাষাৰ মাজত কোনো বিবাদ নাই। তেওঁ আৰু কৈছিল যে কেন্দ্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ‘ৰাজভাষা’ক বিশেষ গুৰুত্ব দিছে।