ভাৰতে ১ কোটি জাইডাছ কেডিলাৰ (Zydus Cadila) বেজী-মুক্ত কোভিড-১৯ভেকছিন পালিৰ অৰ্ডাৰ দিছে

Pc- Free press journal

ভাৰতে ১ কোটি জাইডাছ কেডিলাৰ (Zydus Cadila) বেজী-মুক্ত কোভিড-১৯ভেকছিন পালিৰ অৰ্ডাৰ দিছে

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতিবেদন অনুসৰি ভাৰতে জাইডাছ কেডিলাৰ(Zydus Cadila) ডিএনএ কোভিড-১৯ ভেকছিনৰ ১ কোটি পালিৰ অৰ্ডাৰ দিছে।তিনিপালিৰ ভেকছিনটো বেজী-মুক্ত ফাৰ্মাজেট এপ্লিকেটৰ ব্যৱহাৰ কৰি প্ৰদান কৰা হয় আৰু ইয়াক আৰম্ভণিতে প্ৰাপ্তবয়স্কসকলক দিয়া হ’ব। ভেকছিনটো প্ৰতি টো পালিত ২৬৫আৰু এপ্লিকেটৰৰ মূল্য প্ৰতি পালিৰ ৯৩ মূল্যত অৰ্ডাৰ কৰা হৈছে।