ভাৰতত ১০ হেজাৰ লোক কৰʼনাত সংক্ৰমিত

pc- Live science

ভাৰতত ১০ হেজাৰ লোক কৰʼনাত সংক্ৰমিত

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১০,১২৬ জন লোক কৰʼনাত আক্ৰান্ত হৈছে। আৰু নতুনকৈ ৩৩২ জন লোকৰ কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু হৈছে। ভাৰতত বৰ্তমান ১,৪০,৬৩৮ টা সক্ৰিয় ঘটনা আছে। ভাৰতত কৰʼনা সংক্ৰমণৰ ফলত মুঠ ৪,৬১,৩৮৯ জন লোকৰ মৃত্যু হৈছে।