ভাৰতে ইউএনএছচিৰ ভোটৰ পৰা বিৰত থাকে

pc the economic times

ভাৰতে ইউএনএছচিৰ ভোটৰ পৰা বিৰত থাকে

ৰঙিলী বাৰ্ত্তাসেৱা-  ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আক্ৰমণৰ ওপৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বিশেষ জৰুৰী কালীন অধিৱেশনৰ আহ্বান জনোৱাৰ বাবে ভাৰতে ইউএনএছচিত লোৱা প্ৰক্ৰিয়াগত ভোটৰ পৰা বিৰত আছিল। চীন আৰু ইউ.এ.ই.-য়েও ভোটৰ পৰা বিৰত আছিল। ইউএনএছচিৰ এঘাৰজন সদস্যই ইয়াৰ সপক্ষে ভোট দিছিল, আনহাতে ৰাছিয়াই ইয়াৰ বিৰুদ্ধে ভোট দিছিল। প্ৰ