ভাৰতীয় বলাৰ বুমৰাহৰ কৃতিত্ব

pc- News18

ভাৰতীয় বলাৰ বুমৰাহৰ কৃতিত্ব

অনলাইন বাৰ্ত্তাসেৱা- নতুন কৃতিত্বৰ অধিকাৰী হʼল যছপ্ৰীত বুমৰাহ। টীম ইণ্ডিয়াৰ বেগী বলাৰ যছপ্ৰীত বুমৰাহে ভাৰতৰ টেষ্ট ক্ৰিকেটৰ ইতিহাসত দ্ৰুত ১০০ উইকেট দখল কৰাৰ কৃতিত্বৰ গৰাকী হʼল। টেষ্ট শৃংখলাৰ টতুৰ্থখন টেষ্টত ইংলেণ্ডৰ ইনিংছত অলি পপক আউট কৰাৰ লগে লগে এই অভিলেখৰ গৰাকী হয় টীম ইণ্ডিয়াৰ বেগী বলাৰগৰাকী। তেওঁ কপিল দেৱে গঢ়ি থোৱা দীঘলীয়া সময়ৰ অভিলেখ ভংগ কৰে। যছপ্ৰীত বুমৰাহে কেৰিয়াৰৰ ২৪ সংখ্যক টেষ্ট মেচত কপিল দেৱক অতিক্ৰমী ১০০টা উইকেট দখল কৰে।

 

(RT)