ভাৰতত যোৱা ২৪ ঘণ্টাত ১৪৯ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু

pc News Medical

ভাৰতত যোৱা ২৪ ঘণ্টাত ১৪৯ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা–  ভাৰতত যোৱা ২৪ঘণ্টাত১,৪২১জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। আৰু নতুনকৈ ১৪৯ জনলোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২১,০০৪ জনলৈ বৃদ্ধি হৈছে। আনহাতে ভাৰতত বৰ্তমান ১৬,১৮৭ টা সক্ৰিয় ঘটনা আছে।