পি ভি সিন্ধু চুইছ অপেন জয় কৰা দ্বিতীয় ভাৰতীয় মহিলা বেডমিণ্টন খেলুৱৈ 

pc Hindustan Times

পি ভি সিন্ধু চুইছ অপেন জয় কৰা দ্বিতীয় ভাৰতীয় মহিলা বেডমিণ্টন খেলুৱৈ 

ৰঙিলী বাৰ্ত্তাসেৱা–  পি ভি সিন্ধু চুইছ অপেন খিতাপ জয় কৰা দ্বিতীয় গৰাকী ভাৰতীয় মহিলা বেডমিণ্টন খেলুৱৈ হৈ পৰিছে। ২৬ বছৰীয়া পি ভি সিন্ধুয়ে ফাইনেলত থাইলেণ্ডৰ বুচানান অংবামৰুংফানক ২১-১৬, ২১-৮ত পৰাস্ত কৰি ২০২২ চনৰ দ্বিতীয় খিতাপ জয় কৰে। ছাইনা নেহৱাল ২০১১ চনত চুইছ অপেন জয় কৰা প্ৰথম ভাৰতীয় মহিলা হৈছিল।