ভাৰতত বিড়ি পেকেটত ভাইৰেল হৈছে লিঅ’নেল মেছিৰ ফটো

pc DNA India

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতত বিড়িৰ পেকেটত ছয়বাৰ ‘বেলন ডি’অৰ’ বিজয়ী লিয়োনেল মেছিৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গৈছে। আই.পি.এছ. বিষয়া ৰূপিন শৰ্মাই ফ’টোখন শ্বেয়াৰ কৰি লিখিছে, “ভাৰতত মেছিৰ প্ৰথম অনুমোদন।”

(UD.)