ভাৰতত নতুনকৈ ৩১,২২২ জন লোক কৰʼনাত সংক্ৰমিত 

Pc- WebMD

ভাৰতত নতুনকৈ ৩১,২২২ জন লোক কৰʼনাত সংক্ৰমিত 

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতত ২৪ঘণ্টাত ৩১,২২২ জন লোক কৰʼনাত আক্ৰান্ত হৈছে। নতুনকৈ ২৯০ জন লোকৰ কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু ঘটে। দেশখনত বৰ্তমানলৈ ৪,৪১,০৪২ জন লোকৰ মৃত্যু ঘটিছে। দেশখনত এতিয়ালৈ ৩,৯২,৮৬৪ জন লোক কৰʼনাত সংক্ৰমিত হৈ আছে। দেশত বৰ্তমানলৈ মুঠ ৩,৩০,৫৮,৮৪৩ জন লোক কৰʼনাত সংক্ৰমিত হৈছে।

(RT)