ভাৰতত নতুনকৈ ২,৫১,২০৯ জনলোক কৰ’নাত আক্ৰান্ত

p.c NPR

ভাৰতত নতুনকৈ ২,৫১,২০৯ জনলোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ২,৫১,২০৯ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু নতুনকৈ ৬২৭ জন লোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। যাৰ ফলত দেশত মুঠ মৃত্যুৰ হোৱা লোকৰ সংখ্যা ৪,৯২,৩২৭ জনলৈ বৃদ্ধি হৈছে।দৈনিক পজিটিভৰ হাৰ ১৯.৫৯%ৰ পৰা ১৫.৮৮%লৈ হ্ৰাস পাইছে। ভাৰতত বৰ্তমান ২১,০৫,৬১১টা সক্ৰিয় ঘটনা আছে।