ভাৰতত নতুনকৈ ২৩হেজাৰলোক কৰ’নাত সংক্ৰমিত

Pc- ISO

ভাৰতত নতুনকৈ ২৩হেজাৰলোক কৰ’নাত সংক্ৰমিত

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ২৩,৫২৯ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। সংক্ৰমিত হোৱা লোকৰ ভিতৰত ১২,১৬১ জন লোকে কেৰালাৰ। ভাৰতত নতুনকৈ ৩১১জন লোকৰ মৃত্যু হৈছে। ভাৰতত বৰ্তমান সক্ৰিয় ঘটনা আছে ২,৭৭,০২০টা। ভাৰতত সুস্থ হৈ উঠাৰ হাৰ হৈছে ৯৭.৮৫%।