ভাৰতত নতুনকৈ ২১হেজাৰ লোক কৰʼনাত সংক্ৰমিত 

Pc- Paho

ভাৰতত নতুনকৈ ২১হেজাৰ লোক কৰʼনাত সংক্ৰমিত 

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতত নতুনকৈ যোৱা ২৪ ঘণ্টাত ২১,২৫৭ জনলোক কৰʼনাত সংক্ৰমিত হৈছে। নতুনকৈ ২৭১জন লোকৰ মৃত্যু হৈছে। বৰ্তমান দেশত ২,৪০,২২১ টা সক্ৰিয় ঘটনা আছে। নতুনকৈ কৰʼনাত সংক্ৰমিত হোৱা লোক সকলৰ ভিতৰত কেৰালাৰ ১২,২৮৮ জন লোক আৰু ১৪১ জন লোকৰ মৃত্যু হৈছে।