ভাৰতত নতুনকৈ ১,২৩৩জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

pc WHO

ভাৰতত নতুনকৈ ১,২৩৩জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ঘণ্টাত ১,২৩৩ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত দেশখনত নতুনকৈ ৩১ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২১,১০১ জনলৈ বৃদ্ধি হয়। আনহাতে সক্ৰিয় ঘটনাবোৰ আৰু ১৪,৭০৪লৈ হ্ৰাস পাইছে।