পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে তেওঁৰ বিৰুদ্ধে অনাস্থা ভোটৰ আগতে সংখ্যাগৰিষ্ঠতা হেৰুৱালে

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে তেওঁৰ বিৰুদ্ধে অনাস্থা ভোটৰ আগতে সংখ্যাগৰিষ্ঠতা হেৰুৱালে

ৰঙিলী বাৰ্ত্তাসেৱা-  পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে তেওঁৰ মিত্ৰজোঁট চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ সহযোগী এমকিউএম-পিয়ে তেওঁৰ বিৰুদ্ধে আগন্তুক অনাস্থা ভোটত বিৰোধীপক্ষক সমৰ্থন কৰাৰ বাবে এক চুক্তিত উপনীত হোৱাৰ পিছত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে।