ভাৰতত নতুনকৈ ১১হেজাৰ লোক কৰʼনাত আক্ৰান্ত

pc POV.UK

ভাৰতত নতুনকৈ ১১হেজাৰ লোক কৰʼনাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত নতুনকৈ ১১,৪৫১ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে। ২৬৬জন লোকৰ নতুনকৈ কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু হৈছে। ১৩,২০৪ জন লোক নতুনকৈ কৰʼনাৰ পৰা সুস্থ হৈ উঠিছে। কেৰালাত ৭,১২৪ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে আৰু ২১ জন লোকৰ মৃত্যু হৈছে। ভাৰতত বৰ্তমান ১,৪২,৮২৬ টা সক্ৰিয় ঘটনা আছে।