বৰ্তমান যুগত সামাজিক মৰ্যদা – পপী বৰা

Pc The Power Moves

বৰ্তমান যুগত সামাজিক মৰ্যদা

পপী বৰা,
কাকজান মহাবিদ্যালয়
দ্বিতীয় ষান্মাসিকৰ অসমীয়া বিভাগৰ ছাত্ৰী

আমি জানো যে সামাজিক মৰ্যদা হৈছে এক প্ৰকাৰৰ মানসিক সম্পদ যি ব্যক্তিয়ে সমাজত পাই,এই সন্মান আৰু প্ৰতিষ্ঠা ব্যক্তিৰ শিক্ষা,কাৰ্যকলাপ,আৰু সামাজিক আৱদান ৰ ওপৰত নিৰ্ভৰ কৰে। বৰ্তমান সময়ত সামাজিক মৰ্য্যদা বজায় ৰাখিবলৈ বহুতো ৰীতি নীতি আছে, লোকসকলে নিজৰ কাৰ্য্যকলাপ আৰু সামাজিক আৱদান ৰ জৰিয়তে লোকসকলে নিজৰ সামাজিক মৰ্যদা বৃদ্ধি কৰিব পাৰে।

বৰ্তমান সময়ত সামাজিক মাধ্যম সমূহে সামাজিক মৰ্যদা ডাঙৰ ভূমিকা পালন কৰিছে।লোকসকলে সামাজিক মাধ্যম সমূহত নিজৰ কাৰ্য্যকলাপ আৰু সামাজিক অৱদান প্ৰকাশ কৰে,আৰু

তেওলোকক সমাজৰ সন্মান আৰু প্ৰতিষ্ঠা পাবলৈ সাহাৰ্য কৰে। বৰ্তমান সময়ত সামাজিক মৰ্যদা ধাৰণা সলনি হৈছে,লোকসকলে নিজৰ কাৰ্য্যকলাপ আৰু সামাজিক অৱদানৰ জৰিয়তে সামাজিক মৰ্যদা অৰ্ণ কৰে, আৰু তেওলোকক সামাজিক ভাৱে সন্মান পাবলৈ সাহাৰ্য কৰে।