বিষ্ণু ৰাভা তুমি – ছেলিমা বেগম

Pc অসমীয়া ৱিকিপিডিয়া-Wikipedia

বিষ্ণু ৰাভা তুমি 

ছেলিমা বেগম,নগাঁও

হে  ৰাভা কি যে তোমাৰ আভা
অসমৰ ৰাজ্যৰ এজন সুখ্যাত
কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ,
অভিনেতা, চিত্ৰকলা আৰু
মুক্তি যোদ্ধা বিপ্লৱী আছিলা তুমি বিষ্ণু ৰাভা ।
কাশীৰ হিন্দু  বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণন বিষ্ণু প্ৰসাদ
 ৰাভা কলা গুৰু উপাধি দিছিলে তোমাক।
 বেঙ্গালুৰুত জন্ম লৈছিলা তুমি
ৰাভা বড়ো জনগোষ্ঠীত লালন পালন হৈছিলা
বৃটিছ সেনাৰ উচ্চ পদস্থ বিষয়া
গোপাল মুছাহাৰীয়ে
ৰায়  বাহাদুৰ উপাধি দিছিলে তোমাক ।
অসমৰ উজ্জ্বল নক্ষত্ৰ হৈ অমৰ তুমি
অসমৰ ইতিহাসৰ পাতে পাতে
আজিও তোমাৰ গুণ-গান
যুগে যুগে থাকক তোমাৰ নাম।
“বিশ্বৰ ছন্দে ছন্দে মহানন্দে বিষ্ণু ৰাভা তুমি”