বাজেট প্ৰগতিশীল, কৃষকৰ উপাৰ্জন বৃদ্ধিত সহায় কৰিব: যোগী

p.c. NDTV.com

বাজেট প্ৰগতিশীল, কৃষকৰ উপাৰ্জন বৃদ্ধিত সহায় কৰিব: যোগী

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মঙলবাৰে কেন্দ্ৰীয় বাজেটক প্ৰগতিশীল আৰু বিকাশমুখী বুলি অভিহিত কৰি আদৰণি জনায়। আদিত্যনাথে কয় যে বাজেটে কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ দীৰ্ঘদিনীয়া দাবী সমাধান কৰিব আৰু যুৱসকলৰ বাবে ৬০ লাখ চাকৰি সৃষ্টিৰ ব্যৱস্থা আছে। তেওঁ কয়, “ই কোভিড-১৯ সময়ছোৱাত অৰ্থনীতিক বিশ্বৰ সৰ্ববৃহৎ হোৱাত সহায় কৰিব।”