বর্তমানৰ ৰাষ্ট্ৰপতিৰ ফটো লগাবলৈ ৰাজ্য চৰকাৰৰ নিদের্শ 

Pc Wikipedia

বর্তমানৰ ৰাষ্ট্ৰপতিৰ ফটো লগাবলৈ ৰাজ্য চৰকাৰৰ নিদের্শ 

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে ৫ আগষ্টত এক অধিসূচনাযােগে সকলাে প্রশাসনিক বিভাগক বর্তমানৰ ৰাষ্ট্ৰপতিৰ ফটো লগাবলৈ নিদের্শ জাৰি কৰিছে।