পৰৱৰ্তী ২৫ বছৰৰ বাবে দৃষ্টিভংগীৰ কথা মনত ৰাখি বাজেট প্ৰস্তুত কৰা হৈছে: ৰাজ্যিক মন্ত্ৰী বিত্ত কাৰাড

p.c. catch news

পৰৱৰ্তী ২৫ বছৰৰ বাবে দৃষ্টিভংগীৰ কথা মনত ৰাখি বাজেট প্ৰস্তুত কৰা হৈছে: ৰাজ্যিক মন্ত্ৰী বিত্ত কাৰাড

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী ভাগৱত কিষাণ ৰাও কাৰাডে কয় যে পৰৱৰ্তী ২৫ বছৰৰ দৃষ্টিভংগীৰ কথা মনত ৰাখি প্ৰতিটো খণ্ডৰ উন্নয়ন নিশ্চিত কৰাৰ বাবে ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেট প্ৰস্তুত কৰা হৈছে। তেওঁ লগতে কয়, “আমি নিশ্চিত যে এই বাজেটে দেশৰ উন্নয়নত উদগনি দিব।” “বাজেট সঁচাকৈয়ে এক ‘আম আদমী’ বাজেট,” কাৰাডে কয়।