আইন মন্ত্ৰালয়ে বাজেট ২০২২ ত নতুন ইভিএমৰ বাবে ১,৫২৫ কোটি লাভ কৰিছে

p.c. TheEconomic Times

আইন মন্ত্ৰালয়ে বাজেট ২০২২ ত নতুন ইভিএমৰ বাবে ১,৫২৫ কোটি লাভ কৰিছে

ৰঙিলী বাৰ্ত্তাসেৱা-  চৰকাৰে নতুন ই ভি এম ক্ৰয় আৰু অপ্ৰচলিত ভোটিং মেচিন ধ্বংসৰ বাবে নিৰ্বাচন আয়োগক পুঁজি যোগান ধৰিবলৈ ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত আইন মন্ত্ৰালয়ক ১,৫২৫ কোটি টকা আৱণ্টন কৰা হৈছে। মন্ত্ৰালয়ক লোকসভা নিৰ্বাচনৰ বাবে পুঁজি আৰু ভোটাৰসকলৰ বাবে পৰিচয় পত্ৰও আৱণ্টন কৰা হৈছে।এক কঠোৰ প্ৰটোকল অনুসৰণ কৰি, এক বিশেষজ্ঞ পেনেলৰ তত্বাৱধানত পুৰণি ইভিএম বোৰ ধ্বংস কৰা হয়।