প্ৰযোজকে ২১ বছৰীয়া মডেল এগৰাকীক চলচ্চিত্ৰত অভিনয়ত সুযোগ দিয়াৰ প্ৰতিশ্ৰুতি দি ধৰ্ষণ কৰাৰ অভিযোগ

pc The Indian Express

প্ৰযোজকে ২১ বছৰীয়া মডেল এগৰাকীক চলচ্চিত্ৰত অভিনয়ত সুযোগ দিয়াৰ প্ৰতিশ্ৰুতি দি ধৰ্ষণ কৰাৰ অভিযোগ

অনলাইন বাৰ্ত্তাসেৱা –এজন ৪২ বছৰীয়া প্ৰযোজকক মুম্বাইত এগৰাকী ২১ বছৰীয়া মডেলক এখন চলচ্চিত্ৰত অভিনয়ত সুযোগ দিয়াৰ প্ৰতিশ্ৰুতি দি বলাৎকাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে কয় “এই অপৰাধৰ পিছত, অভিযুক্তজনে ভুক্তভোগীগৰাকীক ভাবুকি দিয়া হৈছিল যে যদি তাই কাৰোবাক এই বিষয়ে কয়, তেন্তে তেওঁ তাইক হত্যা কৰা হব। উল্লেখ্য যে বৰ্তমান অভিযুক্তজনক আদালতত হাজিৰ কৰোৱা হৈছে আৰু ৯ ছেপ্টেম্বৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।”

(UD.)