প্ৰয়োজন হ’লে আফগানিস্তানত অব্যাহত ৰাখিব ড্ৰোন আক্ৰমণঃ আমেৰিকা যুক্তৰাষ্ট্ৰ

pc Zee News

প্ৰয়োজন হ’লে আফগানিস্তানত অব্যাহত ৰাখিব ড্ৰোন আক্ৰমণঃ আমেৰিকা যুক্তৰাষ্ট্ৰ

অনলাইন বাৰ্ত্তাসেৱা – পেন্টাগনৰ প্ৰেছ সচিব জন কাৰ্বিয়ে কয় যে আমেৰিকাই ইছলামিক ষ্টেট-খোৰাচান প্ৰদেশ (আই.এছ.আই.এছ.-কে) আৰু আফগানিস্তানৰ ভিতৰত থকা আন সকলৰ বিৰুদ্ধে “প্ৰয়োজন হ’লে” অব্যাহত ৰাখা হ’ব ড্ৰোন আক্ৰমণ। সন্ত্ৰাসবাদী দলটোৱে ১৩ জন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যক হত্যা কৰি বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰাৰ পিছত আমেৰিকাই শেহতীয়া দিনবোৰত আফগানিস্তানত এজন ‘আই.এছ.আই.এছ.-কেৰ পৰিকল্পনাকাৰী’ আৰু এজন সন্দেহযুক্ত আত্মঘাতি বোমাৰুৰ বিৰুদ্ধে এয়াৰ ষ্ট্ৰাইক আৰম্ভ কৰিছিল।

(UD.)